নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত খহনীয়া ! কংগ্ৰেছলৈ বিজেপি নেতা আমিনুল হক লস্কৰ

0 36

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতল বিজেপিত ব্যাপক খহনীয়া। বিজেপি এৰি কংগ্ৰেছলৈ এইবাৰ বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য তথা বিজেপি নেতা আমিনুল হক লস্কৰ।
কাইলৈ কংগ্ৰেছত যোগদান কৰিব বিজেপি নেতা আমিনুল হক লস্কৰে । গুৱাহাটী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিব জ্যেষ্ঠ বিজেপি নেতাগৰাকী। AICC মেতা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত হব যোগদান কাৰ্যসূচী ।
উল্লেখ্য যে, সোণাই সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক আছিল আমিনুল হক লস্কৰ।

Leave A Reply

Your email address will not be published.