হোলীৰ দিনাই চন্দ্ৰগ্ৰহণ, ভাগ্য উদয় হ’ব এই তিনি ৰাশিৰ লোকৰ!

0 2,435

হোলীৰ দিনাই চন্দ্ৰগ্ৰহণ, ভাগ্য উদয় হ’ব এই তিনি ৰাশিৰ লোকৰ!
হিন্দু পঞ্জিকা অনুসৰি, প্ৰতি বছৰে ফাগুণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই বছৰ ২৫ মাৰ্চত পৰিছে এই উৎসৱ, একেদিনাই হ’ব চন্দ্ৰগ্ৰহণ।

হিন্দু ধৰ্মত হোলীক খুব বিশেষ মান্যতা প্ৰদান কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি, প্ৰতি বছৰে ফাগুণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই বছৰ ২৫ মাৰ্চত পৰিছে এই উৎসৱ, একেদিনাই হ’ব চন্দ্ৰগ্ৰহণ।

অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কৈছে, ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ জাতক-জাতিকাৰ ওপৰতে পৰিব। কিন্তু তিনিটা ৰাশিৰ ওপৰত খুব শুভ প্ৰভাৱ পৰিব।

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে খুব শুভ হ’ব এই দিনটো। অমীমাংসিত কাম শেষ হ’ব। প্ৰতিযো কামতে অগ্ৰগতি হ’ব। দাম্পত্য জীৱনত মধুৰতা থাকিব। বকেয়া টকাও ঘূৰাই পাব পাৰে।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সময় খুব ভাল হ’ব। ব্যৱসায়ত উন্নতি হ’ব। কৰ্মৰত লোকসকলে পদোন্নতি পাব

Leave A Reply

Your email address will not be published.