কামৰূপ মহানগৰত অন্তৰ্ভুক্ত হ’ব ৪খনকৈ নতুন উপ জিলা

0 31

কামৰূপ মহানগৰ বাসীলৈ নতুন খবৰ। এতিয়াৰে পৰা কামৰূপ (মহানগৰ)ত হ’ব ৪খনকৈ উপ জিলা।বুধবাৰে এক সংবাদমেলত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এতিয়াৰে পৰা কামৰূপ (মহানগৰ)ত হ’ব ৪খনকৈ উপ জিলা। জালুকবাৰী, ডিমৰীয়া, মধ্য গুৱাহাটী, নিউ গুৱাহাটী হ’ব কামৰূপ(মহানগৰ) জিলাৰ ৪খন উপজিলা। ১৫ মাৰ্চৰ পৰা হ’ব ৪ খন উপ জিলা। আটাইকেইখন উপ জিলাৰ সদৰ হ’ব দিছপুৰ। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ দায়িত্বত থাকিব জিলাসমূহ।

Leave A Reply

Your email address will not be published.