ঘৰত সৌৰ পেনেল লগালে ৰাজসাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

0 36

ঘৰত সৌৰ পেনেল লগালে ৰাজসাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ। পি এম সূ্ৰ্য ঘৰ আচঁনিত চৰকাৰে দিব ৰাজসাহায্য।

১ কিলো ৱাট সৌৰ পেনেলত উপভোক্তাই ভৰিব লাগিব মাত্ৰ ৫ হাজাৰ টকা। ২ কিলো ৱাটৰ সংযোগ ল’লে ভৰিব লাগিব ১০ হাজাৰ টকা। ৩ কিলো ৱাটত ভৰিব লাগিব মাত্ৰ ২৫ হাজাৰ টকা। বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply

Your email address will not be published.