শনিৰ ৰাশিত শুক্ৰ-মংগল গ্ৰহৰ বিৰল যোগ, এই ৫ ৰাশিৰ বাবে হ’ব শুভ দিন

0 66

সমুখত হোলী। দেশবাসীয়ে উদযাপন কৰিব ৰঙৰ উৎসৱ। হোলীৰ পূৰ্বে শনিৰ ৰাশিত শুক্ৰ-মংগল গ্ৰহৰ বিৰল যোগ। যাৰ ফলত এই পাঁচ ৰাশিৰ বাবে অতি শুভ সময় আহিব।

শুক্ৰ আৰু মংগল গ্ৰহে নিজ নিজ ৰাশি সলনি কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ফলত গ্ৰহৰ অৱস্থানৰ বাবে হোলীৰ আগেয়ে কিছু ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ ধন।

সপ্তাহৰ পিছত মংগল গ্ৰহেও কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু ব্যৱসায়ীসকলে লাভ কৰিব বহু সুবিধা। 

মেষ ৰাশিৰ জাতক-জাতিকা হোলীৰ পূৰ্বে উপকৃত হ’ব। হোলীৰ পূৰ্বে তেওঁলোকৰ সকলো প্ৰাপ্য ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে

মিথুন ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাবলৈ গৈ আছে। এই ৰাশিৰ লোকসকলে ধন লাভ কৰিব আৰু ব্যৱসায় যথেষ্ট বৃদ্ধি পাব। কৰ্মচাৰীয়ে পদোন্নতিৰ সুযোগ লাভ কৰিব। ব্যৱসায় কৰি থকা সকলে ভাল কিবা এটা পাব।

তুলা ৰাশিৰ জাতক-জাতিকাৰ সকলো ধৰণৰ সমস্যা এইবাৰ নাইকিয়া হ’বলৈ গৈ আছে। ব্যৱসায়ৰ বহুত উন্নতি হ’বলৈ গৈ আছে। টকা উপাৰ্জনৰ সম্ভাৱনাও আছে।

Leave A Reply

Your email address will not be published.