শোণিতপুৰত বৰচলা চিতলমাৰীত আদৰ্শ আৱাসিক বিদ্যালয়ৰ শুভ উদ্বোধন আৰু ৫০ মেগাৱট সৌৰশক্তি প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 8,938

ৰাজ্যত চলি থকা বিকাশ যাত্ৰাৰ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা সমষ্টিৰ চিতলমাৰীত আদৰ্শ আৱাসিক বিদ্যালয়ৰ শুভ উদ্বোধন আৰু ৫০ মেগাৱট সৌৰশক্তি প্ৰকল্পৰ ভূমি পূজন কৰে।

ইয়াকে ধৰি মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ ১,৩৭০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন নতুন প্ৰকল্প ৰাইজলৈ উছৰ্গা কৰাৰ লগতে অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হোৱাকৈ একাধিক প্ৰকল্পৰ শিলান্যাস কৰে

এই প্ৰকল্পসমূহৰ বাস্তৱ ৰূপায়ণে শোণিতপুৰবাসীৰ লগতে ৰাজ্যৰ বিকাশত বিশেষভাৱে অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.