আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব দেৱব্ৰত শইকীয়া

0 604

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আইন উলংঘাৰ গোচৰত হাজিৰ হ’ব লাগিব CIDৰ কাৰ্যালয়ত দেৱব্ৰত শইকীয়াই

জানুৱাৰী মাহত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আছিল আৰু সেই

যাত্ৰাৰ সময়ত গুৱাহাটীত অপ্ৰীতিকৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ

পৰিপ্ৰেক্ষিততে CIDয়ে দেৱব্ৰত শইকীয়ালৈ জাননী দিছিল

CIDৰ জাননীৰ ভিত্তিত আজি CIDৰ সন্মুখত উপস্থিত হ’ব শইকীয়া

Leave A Reply

Your email address will not be published.