“নাছা”ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰিত কৰা হৈছে বৰপেটাৰ কৃশাংগী কাশ্যপক

0 6,596

বৰপেটাৰ কৃশাংগী কাশ্যপ নামৰ মেধাৱী ছাত্ৰী গৰাকী ভাৰতৰ পৰা “নাছা”ৰ আলোচনা চক্ৰলৈ যোৱাৰ সুযোগ লাভ কৰিছে। “নাছা”ৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত অহা ১১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া “55th Lunar and Planetary Science Conference (LPSC 55) 2024” ত যোগদানৰ বাবে সুযোগ লাভ কৰিছে বৰপেটাৰ মেধাৱী ছাত্ৰী তথা আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰী কৃশাংগী কাশ্যপে ৷

Leave A Reply

Your email address will not be published.