প্ৰধানমন্ত্ৰী মোডীয়ে আজি চুৰাটত দুটা পাৰমাণৱিক শক্তি প্ৰকল্প উৎসৰ্গা কৰিব

0 1,264

প্ৰধানমন্ত্ৰী মোডীয়ে আজি চুৰাটত দুটা পাৰমাণৱিক শক্তি প্ৰকল্প উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাট জিলাৰ তাপী কাক্ৰাপাৰত ২২,৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দুটা ৭০০ মেগাৱাটৰ পাৰমাণৱিক প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰিব। এই প্ৰকল্প হ’ব দেশৰ প্ৰথম থলুৱা পাৰমাণৱিক শক্তি প্ৰকল্প। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু মেহছানা আৰু নৱসাৰীত। লগতে ২২,৮৫০ কোটি টকা উন্নয়নমূলক কামত উৎসৰ্গা কৰিব।

Leave A Reply

Your email address will not be published.