ৰাজ্যৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান’ কাৰ্যসূচীত

0 5,590

১০৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান’ কাৰ্যসূচীত অংশ ল’লে

গুৱাহাটীত অনুষ্ঠিত হয় ‘মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান কাৰ্য্যসূচী’।

গুৱাহাটীৰ তাজ ভিভান্তাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ছাইন্স এন্ড টেকনলজি, ক্লাইমেট চেইঞ্জ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, আই আই টিৰ সঞ্চালক ৰাজিৱ আহুজা, শীৰ্ষ বিষয়া জয়া মাধুৰী উপস্থিত আছিল।

বিগত পাঁচ দিনৰ বিশেষ কাৰ্য্যসূচীত অংশ লোৱা অসমৰ ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মত বিনিময় কৰাৰ লগতে বিগত পাঁচ দিনৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.