কমল মেধি, কুলদীপ বৰুৱাসহ শতাধিক নেতা-কর্মীৰ বিজেপিত যোগদান

0 3,374

কমল মেধি, কুলদীপ বৰুৱাসহ শতাধিক নেতা-কর্মীৰ বিজেপিত যোগদান

প্রধানমন্ত্রী নবেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব

শর্মা চৰকাৰৰ উন্নয়নমূলক কামকাজ আৰু ভাৰতীয় জনতা পার্টি নীতি-আদর্শৰ প্রতি আকৃষ্ট হৈ আজি বিভিন্ন বিৰোধী ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ প্রায় শতাধিক নেতা-কর্মীয়ে বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে

দলব বশিষ্ঠস্থিত মুখ্য কার্যলিয়ত বাজ্যিক সভাপতি ভবেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক বণীন্দ্র বাজু, অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বকরাব উপস্থিতিত কংগ্রেছ নেতা তথা ছিপাঝাৰ সমষ্টিৰ ২০২১ৰ বিধানসভা সমষ্টিৰ প্রার্থী কুলদীপ বৰুৱা, আম আদমিব পার্টির প্রাক্তন উপ সভাপতি কমল কুমাৰ মেধি, অসম তৃণমূল কংগ্রেছৰ সুৰীৰ কৰ্মকাৰ, মানসজ্যোতি মহন্ত, আপৰ বাজ্যিক কার্যনির্বাহক বিনয় ডেকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দিলীপ ডেকা, ঠেঙাল-কাছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্রাক্তন সাংগঠনিক সম্পাদক বটু কৃষ্ণ বৰা সমন্বিতে তৃণমূল কংগ্রেছ, আপ, কৃষক মুক্তি সংগ্রাম সমিতি, অখিল ভাৰত হিন্দু পৰিষদৰ শতাধিক কর্মীয়ে আনুষ্ঠানিকভাবে যোগদান কৰে।

আজিৰ যোগদান কার্যসূচীত বিধায়কত্রয় প্রশান্ত যুবন, মানব ডেকা, বিশ্বজিত ফুকন, বাজ্যিক সাধাৰণ সম্পাদক দিল্লুৰঞ্জন শর্মা, দলৰ জ্যেষ্ঠ নেতা ৬০ প্রদীপ ঠাকুৰীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.