মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কি মুকলি আহ্বান মীৰা বৰঠাকুৰ! সময় থাকোতেই অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰক

0 100,037

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই শক্তি প্ৰদৰ্শণ নকৰক কিয় মোডীৰ লগত সমানে ফটো বা কাটাওট লগাব নোৱাৰিব । যোৱাৰাতি মোডী বাহিনীয়ে মোডীৰ কাষত লগোৱা কাটাউট কেনেকৈ অতৰাই পেলালে , আমাৰ হাতত খবৰ আছে ! বিজেপিয়ে ব্যৱহাৰ কৰিব জানে আৰু প্ৰয়োজন শেষ হলে উফৰাই পেলাবলৈকো সময় নালাগিব । গতিকে সময় থাকোতেই অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰক ! জাতিটোক প্ৰতাৰণা নকৰিব । অসমীয়াই বহু সহ্য কৰিছে !

মোডী বাহিনীয়ে ৰাতি মোডীৰ লগত সমানে লগোৱা শৰ্মাৰ ফটো সকলো অতৰাই পেলালে ! তলত ভাঙি চিঙি পৰি থকা দৃশ্য সচাকৈয়ে দৃষ্টিকটু হৈছে !

Leave A Reply

Your email address will not be published.