মাঘী পূৰ্ণিমাত কি বস্তু দান কৰিলে আপুনি সুফল লাভ কৰিব

0 2,398

আজি বুধবাৰ। আৰম্ভ হৈছে পৱিত্ৰ মাঘ মাহৰ পূৰ্ণিমা তিথি। প্ৰচলিত বিশ্বাস অনুসৰি এই পূণ্যতিথি অত্যন্ত গুৰুত্বপূৰ্ণ

আজি ৰাতি ৯:৩৭ৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ মাঘ পূৰ্ণিমাৰ তিথি।

জ্যোতিষশাস্ত্রৰ মতেও এই তিথিৰ অতি গুৰুত্বপূৰ্ণ। কাৰণ মাঘ মাহৰ পূৰ্ণিমা তিথিত কৰ্কট ৰাশিত প্ৰৱেশ কৰে চন্দ্ৰই।

পূণ্যস্নানৰ সময়ত সূৰ্য দেৱতাক অৰ্ঘ নিবেদন কৰা হয়। বহুতে ভগৱান শ্ৰীকৃষ্ণৰ বাবে উপবাস থাকি ব্ৰত পালন কৰে।

এই তিথিত বহুতে দান দক্ষিণাও দিয়ে। দৰিদ্ৰক অন্নদান কৰিলেও এই তিথিত পূণ্য অৰ্জন কৰা হয় বুলি বিশ্বাস আছে

Leave A Reply

Your email address will not be published.