হেপাহৰ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন ! ৰাজ্যজুৰি ব্যাপক প্ৰস্ততি

0 2,383

চাওঁতে চাওঁতে হেপাহৰ ভোগালাী বিহুটি আহি পাবৰে হ’ল

ভোগালাক আদৰাৰ ব্যাপক প্ৰস্ততি গাৱৰ ডেকা জীয়ৰী , জীয়ৰী সকল ব্যস্ত হৈ পৰিছে আখলত পুঠা পনা বনোৱাত , যুৱক সকলৰ সমান্তৰাল ভাৱে বৃদ্ধ সকলো ব্যস্ত হৈ পৰিছে ভেলাঘৰ বনোৱাত

উৰুকাৰ দিনা যাতে সকলোৱে হাহে মাহে এসাজ মীলা প্ৰীৰ্তিৰে যাতে খাব পাৰি , বিহু পূৰ্বে কিন্ত সঘনে সলনি হৈছে বতৰ

দেশৰ লগতে ৰাজ্যৰ এতিয়া বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

বতৰে বিহুত বিধি পথালি দিব নেকি তাক লৈ চিন্তিত একাংশ লোক হাৰ কপোৱা জাৰত জুই কাষত বহি বিহুক আদিবলৈ সাজু এতিয়া প্ৰতিজন মেজিৰ জুইয়ে ম্লান পেলাব শীতৰ প্ৰকোপ

Leave A Reply

Your email address will not be published.