অযোধ্যাৰ ৰাম মন্দিৰ মূৰ্তিটো ওজন কিমাম জানেনে

0 4,601

অযোধ্যাৰ ৰাম মন্দিৰত ৫১ ইঞ্চি ওখ, ১.৫ টন ওজনৰ ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰা হ’ব অপেক্ষাৰ অন্ত পেলাই

১৬ জানুৱাৰীৰ পৰা ৰামলালাৰ মূৰ্তিৰ পূজা আৰম্ভ হ’ব আৰু ১৮ জানুৱাৰীত ইয়াক গৰ্ভগৃহত সিংহাসনত অধিষ্ঠিত কৰা হ’ব।

হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিব অযোধ্যাৰ ৰাম মন্দিৰ

ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে প্ৰতি বছৰে ৰামনৱমীৰ দিনা দিনৰ ১২ বজাত সূৰ্যৰ ৰশ্মিয়ে মূৰ্তিটোৰ কপাল আলোকিত কৰিব।

এই মূৰ্তিটো এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ইয়াৰ ওপৰত পানী, গাখীৰৰ কোনো বিৰূপ প্ৰভাৱ নপৰে।

তিনিজন ভাস্কৰ্য শিল্পীয়ে পৃথকে পৃথকে ভগৱান শ্ৰীৰামৰ মূৰ্তি নিৰ্মাণ কৰিছিল, ইয়াৰে পৰা এটা মূৰ্তি বাছনি কৰা হৈছে।

Leave A Reply

Your email address will not be published.