চেণ্ট্ৰেল পাব্লিক স্কুল বদৰপুৰৰ ভিজন ৫০ একাডেমীয়ে অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীৰ উদ্দেশ্য অনুপ্ৰেৰনা মূলক অনুষ্ঠান আয়োজন

0 1,273

:চেণ্ট্ৰেলপাব্লিকস্কুলবদৰপুৰৰভিজন৫০একাডেমীয়েঅলপতেসন্মানীয়অসামৰিকসেৱাৰপৰীক্ষাতসফলতাঅৰ্জনৰদিশতযুৱমনকপ্ৰেৰণাদিবলৈএকগুৰুত্বপূৰ্ণঅনুষ্ঠানৰআয়োজনকৰে।ভাৰতৰকেন্দ্ৰীয়লোকসেৱাআয়োগৰপ্ৰাক্তনঅধ্যক্ষঅধ্যাপকডিপিআগৰৱালাইএইঅনুষ্ঠানতমুখ্যবক্তাহিচাপেউপস্থিতথাকিৰাষ্ট্ৰৰআটাইতকৈপ্ৰতিযোগিতামূলকপৰীক্ষাতসফলতাৰযাত্ৰাৰবিষয়েঅমূল্যজ্ঞানৰআদান-প্ৰদানকৰে।

এইবক্তব্যঅনুষ্ঠানটোইআৰডিফাউণ্ডেশ্যনৰপ্ৰতিষ্ঠাদিৱসউদযাপনৰলগতসঙ্গতিৰাখিআয়োজনকৰাহয়।

অনুষ্ঠানৰআৰম্ভণিতেবিজ্ঞানআৰুপ্ৰযুক্তিবিদ্যাবিশ্ববিদ্যালয়মেঘালয়ৰপ্ৰতিষ্ঠাপকআচাৰ্যতথাইআৰডিফাউণ্ডেশ্যনৰগুৱাহাটীৰঅধ্যক্ষমহবুবুলহকেসন্মানীয়অতিথিআৰুঅংশগ্ৰহণকাৰীসকলকউষ্মআদৰণিজনায়। ‘ভিজন৫০’ৰদৰেপদক্ষেপৰগুৰুত্বৰকথাউল্লেখকৰিতেওঁযুৱমনৰআশা-আকাংক্ষাৰবিকাশৰবাবেএকশক্তিশালীমঞ্চগঢ়িতোলাৰক্ষেত্ৰতফাউণ্ডেশ্যনৰপ্ৰতিশ্ৰুতিৰকথাউল্লেখকৰে।

অধ্যাপকডিপিআগৰৱালাইএইঅনুষ্ঠানতদিয়াভাষণততেওঁলোকসেৱাআয়োগৰপৰীক্ষাতসফলতাৰজটিলতাৰবিষয়েনিজৰবিশালঅভিজ্ঞতাআৰুজ্ঞানৰকথাব্যক্তকৰে।তেখেতৰপ্ৰেৰণামূলকবক্তব্যইউপস্থিতৰাইজকআপ্লুতকৰিতোলে।তেওঁজাতিৰভৱিষ্যতনেতাহ’বখোজাসকলৰবাবেমূল্যৱানঅন্তৰ্দৃষ্টিআৰুব্যৱহাৰিকপৰামৰ্শআগবঢ়ায়।ভাষণৰপিছতেএকঅন্তৰংগআলাপঅনুষ্ঠানৰজৰিয়তেছাত্ৰ-ছাত্ৰীসকলেঅধ্যাপকআগৰৱালাৰজ্ঞানআৰুপাৰদৰ্শিতাৰপৰাউপকৃহয়।

ইউএছটিএমৰউপাচাৰ্যঅধ্যাপকজিডিশৰ্মাইতেওঁৰসামৰণিভাষণতউত্তৰ-পূৰ্বাঞ্চলৰশৈক্ষিকক্ষেত্ৰখনলৈইআৰডিএফৰউল্লেখযোগ্যঅৱদানৰবিষয়েউল্লেখকৰে।মাহবুবুলহকৰদূৰদৰ্শীযাত্ৰাৰশলাগলৈতেওঁফাউণ্ডেচনৰআৰম্ভণিৰওপৰতআলোকপাতকৰেআৰুছাত্ৰ-ছাত্ৰীসকলেসপোনৰতাত্পৰ্যউপলব্ধিকৰিবপৰাপৰিৱেশগঢ়িতোলাৰঅভিযানতগুৰুত্বআৰোপকৰে।

ইআৰডিএফৰপ্ৰত্যেকখনপ্ৰতিষ্ঠানতঅনুষ্ঠিতহোৱাএইবাৰ্ষিকপ্ৰতিষ্ঠাদিৱসতবিভিন্নপ্ৰতিযোগিতাযেনেতৰ্ক, বক্তৃতা, প্ৰবন্ধ, কবিতা, ফটোএলবাম, কলাআৰুচিত্ৰকলাপ্ৰদৰ্শন, গীত, আৰুভিডিঅ’ প্ৰদৰ্শনকৰাহয়।প্ৰতিযোগিতাৰবিষয়আছিল “কেৰিয়াৰআৰুসামাজিকদায়বদ্ধতা”।উৎসাহযোগোৱাৰবাবেসফলছাত্ৰছাত্ৰীসকলকনগদধনৰপুৰস্কাৰপ্ৰদানকৰাহয়।

এইঅনুষ্ঠানতইউএছটিএমৰউপদেষ্টাডo আৰকেশৰ্মাআৰুপ্ৰ’ উপাচাৰ্যডo বিকেদাসআৰুচেণ্ট্ৰেলপাব্লিকস্কুলবদৰপুৰৰ অধ্যক্ষা য়েছমিনচৌধুৰি উপস্থিতথাকে।অনুষ্ঠানটোসাফল্যমণ্ডিতকৰিতোলাৰবাবেসকলোঅংশগ্ৰহণকাৰীআৰুঅৱদানকাৰীলৈকৃতজ্ঞতাজ্ঞাপনকৰিইউএছটিএমৰশৈক্ষিকপঞ্জীয়কডo আজমলবৰভূঞাইধন্যবাদজ্ঞাপনকৰে।

‘ভিজন৫০’ৰএইপদক্ষেপেএনেধৰণৰঅসামৰিকসেৱাৰপ্ৰাৰ্থীসকলৰএকপ্ৰজন্মগঢ়িতোলাৰদিশতএকগুৰুত্বপূৰ্ণপদক্ষেপহিচাপেচিহ্নিতহৈছে, যিসকলেকেৱলশৈক্ষিকভাৱেসক্ষমনহয়, সামাজিকভাৱেওদায়বদ্ধ।  ‘ভিজন৫০’ৰদৰেপদক্ষেপেউচ্চাকাংক্ষীমনৰবাবেপ্ৰেৰণাৰউৎসহৈপৰিছে।

Leave A Reply

Your email address will not be published.