আতিশী মাৰ্লেনা দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

আপৰ বিধায়িনী দলৰ বৈঠকত ল’লে সিদ্ধান্তআতিশী হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে। আম আদমী পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ নাম প্ৰস্তাৱ কৰা

আজি ৰাজ্যজুৰি পালন বিশ্বকৰ্মা পূজা

এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে। ভাদমাহৰ সংক্ৰান্তিত অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজা হৈছে হিন্দুসকলৰ এক ধৰ্মীয় উৎসৱ। আজি সমগ্ৰ ৰাজ্যতেই উদযাপন হ'ব 

কলিয়াবৰত ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন ছাত্ৰ আইনুল হক

কলিয়াবৰৰ ৩ নং বৰঘুলীত অঘটন।ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন এজন১৬ বছৰীয়া কিশোৰ। কিশোৰ জন বৰঘুলী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আইনুল হক। ব্ৰহ্মপুত্ৰ নদীত ৫ বন্ধুৰ সৈতে গা-ধুবলৈ গৈ সন্ধানহীন আইনুল হক নামৰ কিশোৰজন।

পৰ্বতঝোৰাত বিশ্ব কৰ্ম পূজাৰ ব্যাপক প্ৰস্তুতি।

কাইলৈ বিশ্ব খনিকৰ বিশ্বকর্মা পুজা। ৰাজ্যৰ প্রান্তে প্রান্তে বিশ্ব কৰ্ম পূজাৰ ব্যাপক প্রস্তুতি তাৰে সমান্তৰালকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত মৃণ্ময় মূৰ্তিৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকলে। ৰাজ্য

SLRCৰ তৃতীয় বৰ্গৰ নিযুক্ত পৰীক্ষাৰ চতুৰ্থ কাকতৰ এডমিট কাৰ্ড প্ৰকাশ

২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশ। ৪ হাজাৰ ৫৫টা পদৰ বাবে অনুষ্ঠিত হ’ব লগা পৰীক্ষাত অৱতীৰ্ণ হ’ব ৫,২৯,৯৮৯গৰাকী যুৱক-যুৱতী। এই পদৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী। স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয়

গহপুৰৰ ড: যুগল বৰালৈ “বৈশ্বিক শিক্ষক ৰত্ন এৱাৰ্ড-২০২৪” আগবঢ়োৱা হয়

নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যুগল বৰাক ৮ চেপ্তেম্বৰত বিশ্ব স্বাক্ষৰতা দিৱস উপলক্ষে দিল্লীত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় সমৰাষ্ট্ৰ মঞ্চই। শৈক্ষিক সেৱাত

নতুন দিল্লীত অনুসূচিত জাতিক কৰা প্ৰতাৰনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ

সমাৱেশত দেশৰ আগশাৰীৰ দলিত নেতা সকলৰ লগতে অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসেও অংশগ্রহণ কৰি কলে-সমাজৰ পৰা অস্পৃশ্যতা আঁতৰিছে, কিন্তু বৈষম্য আৰু প্ৰবঞ্চনা চলি আছে-- --শ্ৰেণী বিভাজন আৰু ক্ৰিমী লেয়াৰ সন্দৰ্ভত

উপৰ-কৰকশী গাওঁৰ ৰাইজে সংৰক্ষণ কৰা বনাঞ্চলৰ শালগছ কাটি তহিলং কৰিলে দুৰ্বৃত্তই

উপৰ-কৰকশী গাওঁৰ ৰাইজে সংৰক্ষণ কৰা বনাঞ্চলৰ শালগছ দুৰ্বৃত্তই কাটি তহিলং কৰাৰ পিছত বন বিভাগৰ অভিযান ৷ কালি চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই এটা চোৰাং কাঠ ব্যৱসায়ী প্ৰতাপ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে লোকজনৰ ঘৰৰ পৰা গছ কটা

লাহোৱালৰ বকুল মাজ গাঁৱত এগৰাকী মাতৃৰ হিয়াভগা কান্দোন

কত গলা,কি হল মোৰ ধুনু তুমি কেতিয়া আহিবা বুলি চিঞৰি থকা এগৰাকী মাতৃৰ হিয়াভগা কান্দোন।আঠ দিন ধৰি নিজ পুত্ৰক নেদেখি বাৰাণ্ডাত বহি কান্দিবলৈ ধৰিছে এগৰাকী মাতৃয়ে। কাৰণ, ঘৰৰ পৰা সন্ধিয়াৰ ওলাই যাও বুলি যোৱা পুত্ৰ আজিলৈকে ওভতি অহা নাই নিজ

টাই আহোম যুৱ পৰিষদ অসম,টাইপাৰ নাহৰকটীয়া আঞ্চলিক সমিতি গঠন

দেওবাৰে নাহৰকটীয়াৰ জাগুন গাঁৱত অৱস্থিত আই বি প্ৰেক্ষাগৃহত নাহৰকটীয়া আঞ্চলিক সমিতিৰ চাও প্ৰকাশ বৰুৱা সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক চাও নিৰ্মল গগৈ ৰংচোৱালে, উদ্দেশ্য ব্যাখ্যা ৰ ওপৰত