শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত অসম ভিত্তিত মেক্ আপ প্ৰতিযোগিতা অনুষ্ঠিত

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই প্ৰতিযোগীতাখন শুভ উদ্বোধন কৰে । লগতে উপস্থিত থাকে মহাবিদ্যালয় খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লখিমী দত্ত , প্ৰবক্তা প্ৰিয়ম বৰগোহাঁই, দক্ষতা কেন্দ্ৰ ৰ অধ্যাপক ড° মৃণাল কুমাৰ দত্ত ,

ৰাজ্যলৈ শীৰ্ঘেই বৰষুণ অহাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰ, সোমবাৰে ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। এই জিলা কেইখনত বিজুলী, ঢেৰেকণীৰে

মনোজ ধানোৱাৰ ‘আপ’ৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব অৰ্পন

প্ৰথমটো সংবাদমেলত নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ ধানোৱাৰ কৰ্মসংস্থাপন, জনগোষ্ঠীয় সমস্যাৰ সমাধানত গুৰুত্ব আপৰ অন্যান্য বিৰোধী দলৰ সৈতে ঐক্যবদ্ধ যুঁজৰ বাবে প্ৰস্তুত ধানোৱাৰ সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি

২১ ছেপ্টেম্বৰৰ পৰা উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান। ১২:৩০ বজালৈ চলিব বিদ্যালয়ৰ পাঠদান। কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত বিদ্যালয়লৈ এই নিৰ্দেশনা।বিদ্যালয়ত থাকিব লাগিব

বাঘ পিঞ্জৰাবদ্ধ কৰাৰ নামত কলিয়াবৰত বনবিভাগৰ ভেকোভাওনা !

কলিয়াবৰৰ সোনাৰী-কামাখ্যা অঞ্চলত সন্ত্ৰাস চলাই থকা ঢেকীয়াপতিয়া বাঘ কৰায়ত্ব কৰিবৰ বাবে বনবিভাগে পাতিছে পিঞ্জৰা । পিছে পিঞ্জৰাৰ ভিতৰত নাই বাঘৰ আহাৰ। কামাখ্যা গাওঁত পিঞ্জৰা স্থাপনৰ তিনিদিন পাছতে বনবিভাগে লৈ যায় পিঞ্জৰাত আবদ্ধ কৰি থোৱা

ৰক্তদান শিবিৰ নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত

২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দেশজুৰি উদযাপিত ৰক্তদান অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ এইক্ষেত্ৰত ৰাষ্ট্ৰীয়

আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন

অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিল্পীগৰাকীৰ জন্ম দিৱসৰ বিভিন্ন কাৰ্যসূচী। একেদৰে মহানগৰীৰ চানমাৰি উৰণ সেতুৰ সমীপৱৰ্তী জয়ন্ত হাজৰিকা উদ্যানতো আয়োজন কৰা হৈছে জন্মদিৱস অনুষ্ঠানৰ। এই উপলক্ষে উদ্যোক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত

কৰ্ম সন্ধানত গৈ জোনাইত নিৰুদ্দেশ বিহালীৰ যুৱক

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰভীলৰ যুবক শঙ্কৰ চবৰ নামৰ যুৱক জন যোৱা ১০ ছেপ্তেম্বৰত কৰ্মসন্ধানত গৈ আজিও নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে জনোৱামতে ১০ ছেপ্টেম্বৰত লক্ষীমপুৰৰ এজন ঠিকাদাৰ অধীনত বৰভীল গাঁৱৰ কেইবাখনো যুবকৰ লগত জোনাইৰ

চুলি পকাৰ পৰা কিদৰে ৰক্ষা পৰিব আপুনি

সন্তুলিত আহাৰ চুলি সৰা সমস্যা পৰিহাৰ কৰিবলৈ এজন ব্যক্তিয়ে তেওঁৰ আহাৰত ভিটামিন, খনিজ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল, বাদাম আৰু বীন চুলিৰ বাবে উপকাৰী।দৈনিক খাদ্য তালিকাত এক সন্তুলিত আহাৰ

৭৪ বছৰ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী জন্মদিন উদযাপনৰ বাবে বিজেপিয়ে আৰম্ভ কৰে ‘সেৱা পষেক’ পদক্ষেপ যিটো ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে সমাপ্ত হ’ব। পষেকজোৰা প্ৰচাৰৰ বাবে দলটোৱে এই পদক্ষেপৰ তদাৰক কৰিবলৈ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশালৰ নেতৃত্বত ৯ জনীয়া