নলবাৰীত সাহিত্য সভাৰ চিন্তন বৈঠক সম্পন্ন

অসমত ৰাজ্য ভাষা সঠিক আৰু কঠোৰভাৱে প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এক পৰিকল্পনা যুগুতোৱাৰ বিষয়ে অনানুষ্ঠানিকভাৱে আলোচনা কৰে অসম সাহিত্য সভা আৰু নলবাৰী জিলা সাহিত্য সভাৰ কেইগৰাকীমান বিষয়ববীয়াই বৈঠকত কেইবাগৰাকী

বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত জেৰা কৰিব অবয়ৱ ভূঞাক

চি আই ডিয়ে জেৰা কৰিব অবয়ৱ ভূঞাক। বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত সোধা-পোছা কৰিব যুৱ পডকাষ্টাৰজনক। চমন দি ডিব্ৰুগড়লৈ মাতিছে অবয়ৱক। এই সোধা-পোছাত চুমি বৰাৰে হোৱা পডকাষ্টৰ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিব চি আই ডিৰ তদন্তকাৰী বিষয়াই।

দুৰ্গা পূজা কমিটীসমূহৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিলে SOP

প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী। প্ৰকাশ কৰা নিৰ্দেশনাৱলী অনুসৰি, অস্থায়ী নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিল্ডিং বিভাগৰ অনুমতি লাগিব পূজা কমিটীসমূহে। ল’ব লাগিব অগ্নিনিৰ্বাপক বাহিনী আৰু শক্তি বিভাগৰ অনুমতি।

জীৱিত পুত্ৰিকা পালন কৰাৰ সময়তে মৰ্মান্তিক ঘটনা বিহাৰত

নৈৰ পানীত উটি গ'ল ৪৬ জনকৈ মাতৃ, সন্তান। নিহতসকলৰ মাজত আছে চাৰিগৰাকী মহিলা। উল্লেখ্য যে, বিগত বছৰতো এই ধৰ্মীয় ৰীতি পালন কৰিবলৈ গৈয়ে মৃত্যু হৈছিল ২২ গৰাকীৰ। এইবাৰ মৃতকৰ সংখ্যা মুঠ ৪৬ জনলৈ বৃদ্ধি পালে। অতি শেহতীয়াকৈ নৈত উটি গৈছে ৩

আজি বিশ্ব পৰ্যটন দিৱস

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত শুকুৰবাৰে চৰাইদেউ মৈদামত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব । এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ মূলমন্ত্ৰ হৈছে 'পৰ্যটন আৰু শান্তি'। এই কাৰ্যসূচী

যোৰহাটত স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰৰ প্ৰতিবাদী কাৰ্যসূচী

যি সময়ত অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ আহিছে সেই সময়ত ৰাইজৰ অভিযোগ বুজিবলৈ আহৰি নাই চৰকাৰৰ। অসমৰ ৰাইজে এফালে স্মাৰ্ট মিটাৰ কোনো কাৰণতে ব্যৱহাৰ নকৰো বুলি প্ৰতিবাদ কৰিছে আনফালে চৰকাৰে স্মাৰ্ট মিটাৰ

তিনিচুকীয়াৰ চলিহা নগৰ খেল পথাৰত কেন্দ্ৰীয় কৰম সন্মিলন

তিনিচুকীয়াৰ চলিহা নগৰ খেল পথাৰত দুদিনীয়াকৈ ২৬ আৰু ২৭ ছেপ্টেম্বৰ বিহস্পতিবাৰ আৰু শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে উচ্চাহ - উদ্দীপনাৰে উদযাপন কৰিছে কেন্দ্ৰীয় কৰম সন্মিলন । কৰম পৰ্ব চাহ জনগোষ্ঠী সকলৰ প্ৰধান উৎসব । ১৩ সংখ্যক কেন্দ্ৰীয় কৰম

তিনিচুকীয়াত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ধৰ্ণা…

সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক । এই স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যৰ সকলোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে । আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া

লাহোৱাল মটক চাহ বাগিচাত উতপ্ত পৰিস্থিতি

শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই আজি শ্ৰমিকৰ একাউন্টত ১৫ % ৰ এক অংশ ধন অতৰ্কিতে প্ৰদান কৰা পিছতেই শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। উত্তেজিত শ্ৰমিকে বাগিচাৰ পৰিচালকৰ কাৰ্যলয়ৰ ঘেৰাও কৰা লগতে প্ৰতিবাদ সাব্যস্ত কৰে ।M, K শ্বাহ কোম্পানীৰ

কলিয়াবৰৰ নিৰুদ্দেশ হোৱা ব্যক্তিক বিচাৰি আৰক্ষী-বনবিভাগৰ অভিযান

কলিয়াবৰত এজন লোক নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চ্যলৰ। খৰি কাটিবলৈ যাওঁতে পাহাৰত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰাৰ সন্দেহ পৰিয়ালৰ। কলিয়াবৰ চাহ বাগিচাৰ অন্তৰ্গত সোনাৰি শাখাৰ ৪ নং লাইনৰ সমীপৰ শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ অতি