আজি ৰাজ্যজুৰি পালন মহাষষ্ঠী

আজি ৰাজ্যজুৰি পালন মহাষষ্ঠী , আজি বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱীৰ প্ৰতিমা

বিয়লি ৩.৩০ বজাৰ পৰা ৬ বজালৈ হ’ব ষষ্ঠী পূজা ইতিমধ্য পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই পৰাই টোলা হৈছে দেশ তথা ৰাজ্যজুৰি ব্যস্ত হৈ পৰিছে ভক্তসকল পুজাক লৈ ওখল মাখল পৰিৱেশ মহানগৰীত

ASSAMINDIA
Comments (0)
Add Comment