কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

অৱশেষত ঘোষণা হল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল সভাপতি পদত বিজয়ী জুবেইৰ হাবিব জয়ী

তর্ক বিভাগৰ সম্পাদক গীতাৰ্থ বৰাই জয়ী হয়

উপ সভাপতি পদত জয়ী হল নীলাক্ষী কাকতি
সাধাৰণ সম্পাদক পদত জয়ী নীৰৱ হাজৰিকা

সহকাৰী সাঃ সম্পাদক পদত জয়ী মুনমী তালুকদাৰ

সাংস্কৃতিক সম্পাদিকা নীলাঞ্জনা বৰা

সমাজ সেৱা বিভাগত জয়ী নূপুৰ কাশ্যপ

ASSAMcotton universityINDIA
Comments (0)
Add Comment