বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভা


প্ৰতিখন ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ আজি মোনাবাৰী গাওঁ পঞ্চায়তত প্ৰতিবছৰৰ দৰে এইবছৰৰো গাওঁ সভা অনুস্থিত কৰা হয় l অগনন ৰাইজ ওলাই আহিল গাওঁ সভালৈ l প্ৰতিখন ৱাৰ্ডৰ ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ বোৰ গাওঁ সভাত জনায় আৰু আৰু অনাগত দিনত সকলো অভাৱ অভিযোগ বোৰ পঞ্চয়তে চালি জাৰি চাই সকলোকে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু আৱাস গৃহ আদিৰ ব্যৱস্থা কৰিব বুলি পঞ্চায়ত বিষয় ববিয়া সকলে উক্ত গাওঁ সভাত ৰাইজক জনায় l

ASSAMINDIA
Comments (0)
Add Comment