প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰে আগবঢ়াব বিত্তীয় সাহায্য

সমাগত দুৰ্গা পূজা। দুৰ্গা পূজাকলৈ দেশ তথা ৰাজ্যজুৰি ব্যাপক প্ৰস্ততি । প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰে আগবঢ়াব বিত্তীয় সাহায্য: মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা অসম চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ পূজা সমিতিসমূহক ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্যৰ বাবে জিলা আয়ুক্তৰে যোগাযোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি- কেৱল পূজা সমিতি বা বিহু সমিতিয়ে নহয়, ভাওনাৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াব অসম চৰকাৰে।

ASSAMdurgapujaINDIA
Comments (0)
Add Comment