বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত জেৰা কৰিব অবয়ৱ ভূঞাক

চি আই ডিয়ে জেৰা কৰিব অবয়ৱ ভূঞাক।

বিশাল- চুমিৰ ট্ৰেডিঙৰ গোচৰত সোধা-পোছা কৰিব যুৱ পডকাষ্টাৰজনক।

চমন দি ডিব্ৰুগড়লৈ মাতিছে অবয়ৱক। এই সোধা-পোছাত চুমি বৰাৰে হোৱা পডকাষ্টৰ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিব চি আই ডিৰ তদন্তকাৰী বিষয়াই।

ASSAMINDIA
Comments (0)
Add Comment