ৰক্তদান শিবিৰ নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত

২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দেশজুৰি উদযাপিত ৰক্তদান অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ

এইক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু ৰেড ৰিবন ক্লাৱে উদ্যোগ গ্ৰহণ কৰে।তাৰোপৰি ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগিতাত ৰক্তদান শিবিৰটি আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে। এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক ৰক্তদান কৰিবলৈ উৎসাহ

ASSAMINDIA
Comments (0)
Add Comment