আতিশী মাৰ্লেনা দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

আপৰ বিধায়িনী দলৰ বৈঠকত ল’লে সিদ্ধান্তআতিশী হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে।

আম আদমী পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ নাম প্ৰস্তাৱ কৰা হয়।মঙলবাৰে অৰবিন্দ কেজৰিৱালে বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে তেওঁৰ বাসভৱনত PACৰ এখন বৈঠক আহ্বান কৰে। প্ৰায় এঘণ্টাধৰি চলা বৈঠকখনত PACৰ সকলো সদস্য আৰু বৰ্তমানৰ কেবিনেট মন্ত্ৰীসকল উপস্থিত আছিল।

ASSAMINDIA
Comments (0)
Add Comment