পৰ্বতঝোৰাত বিশ্ব কৰ্ম পূজাৰ ব্যাপক প্ৰস্তুতি।

কাইলৈ বিশ্ব খনিকৰ বিশ্বকর্মা পুজা।

ৰাজ্যৰ প্রান্তে প্রান্তে বিশ্ব কৰ্ম পূজাৰ ব্যাপক প্রস্তুতি তাৰে সমান্তৰালকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত মৃণ্ময় মূৰ্তিৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকলে।

ৰাজ্য খনত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে মৃন্ময় মূৰ্তিৰ মূল্য বৃদ্ধি  হোৱা নাই বুলি মৃৎ শিল্প সকলে জানিবলৈ দিয়ে।

ASSAMINDIA
Comments (0)
Add Comment