কলিয়াবৰত ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন ছাত্ৰ আইনুল হক

কলিয়াবৰৰ ৩ নং বৰঘুলীত অঘটন।ব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সন্ধানহীন এজন১৬ বছৰীয়া কিশোৰ।

কিশোৰ জন বৰঘুলী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আইনুল হক।

ব্ৰহ্মপুত্ৰ নদীত ৫ বন্ধুৰ সৈতে গা-ধুবলৈ গৈ সন্ধানহীন আইনুল হক নামৰ কিশোৰজন।

ঘটনাস্থলীত চুলুং আৰক্ষী আৰু SDRF বাহিনীয়ে বহু সময় ধৰি উদ্ধাৰ অভিযান চলাই যদিও সন্ধান লাভ কৰিবলৈ সক্ষম নহল আইনুলৰ।

ASSAMINDIA
Comments (0)
Add Comment