অল গুৱাহাটী কাৰাটে দ ‘ ইনষ্টিটিউট শিক্ষক দিৱস উৎযাপন

শিক্ষক দিৱসৰ কাৰ্যসূচীত প্ৰশিক্ষণ কেন্দ্ৰটোৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আৰু অভিভাৱক সকলে কেক কাটি শিক্ষক দিৱস উৎযাপন কৰে

গুৱাহাটী বিশ্ববদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ষষ্ঠতম অল আছাম কেৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি বিজয়ী হোৱা প্ৰশিক্ষাৰ্থি সকলক সম্বৰ্ধনা জনোৱা হয়।

এই খেলত বিজয়ী খেলুৱৈ সকলে নবেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হবলগীয়া ফেডাৰেচন কাপ প্ৰিমিয়াৰ লীগ আৰু য়ুঠ লীগত অংশগ্ৰহণৰ সুবিধা পাব।

ASSAMguwahatiINDIAteachersday
Comments (0)
Add Comment