দক্ষিণ কামৰূপ হাৰোপাৰা প্ৰথম খণ্ড গাঁৱৰ সংগীতা দাস সন্ধানহীন

দক্ষিণ কামৰূপ হাৰোপাৰা প্ৰথম খণ্ড দিলীপ দাসৰ সহধৰ্মিনী সংগীতা দাসৰ নামৰ বোৱাৰী গৰাকী যোৱা ৩১ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে।
পৰিয়ালৰ লোকে বিছাৰ খোচাৰ কৰিয়ো কোনোধৰনৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে

কোনোলোকে যদি মহিলাগৰাকীক কৰবাত দেখা পাই তেন্তে ৰপিয়ালক অৱগত কৰিবলৈ আহ্বান জনাই

ইতিমধ্যেই পলাশবাৰী আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে

9085734004 নম্বৰ জৰিয়তে যোগাযোগ কৰিবলা আহ্বান পৰিয়ালৰ

ASSAMINDIAsouthkamrupwomanmissing
Comments (0)
Add Comment