কোচ ৰাজবংশীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচলৰ ধৰ্ণা স্থলী

সদৌ কোচ-ৰাজবংশী ছাত্র সন্থা, সদৌ কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত চচল ধৰ্ণা স্থলীত তিনি ঘন্তিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন।

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু KLO ব লগত শান্তি
আলোচনাৰ দাবীত সংগঠন কেইটাই ৰূপায়ন কৰে অৱস্থান ধর্মঘট কাৰ্যসূচী ।

বাৰম্বাৰ চৰকাৰৰ পৰা প্ৰতাৰনাৰ সন্মুখীন হৈ আহিছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে।

সংগঠন কেইটাই বিভিন্ন শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

দাবী সমূহ শীঘ্ৰেই মানি লবলৈ আহ্বান প্ৰতিবাদ কাৰি সকলৰ ।

অতি শীঘ্ৰেই প্ৰাতিবাদি কোচ ৰাজবংশী সকলৰ দাবী সমূহ মানি নললে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকৰী সকলৰ।

ASSAMINDIA
Comments (0)
Add Comment