নাজিৰা কেন্দুগুৰিত প্ৰায় ২ কেজি ওজনৰ বিলুপ্ত প্ৰায় প্ৰজাতিৰ কাছ উদ্ধাৰ

নাজিৰা শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুগুৰিত আজি স্হানীয় লোকে মাছ মাৰি থাকোতে প্ৰায় ২ কেজি ওজনৰ এজনী বিলুপ্ত প্ৰায় প্ৰজাতিৰ কাছ জালত পৰে । স্থানীয় ৰাইজে বিহুবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ত খবৰ দিয়াত বন বিভাগৰ বিষয়া উপস্থিত হৈ কাছজনী উদ্ধাৰ কৰি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীত মুকলি কৰি দিয়ে।

Comments (0)
Add Comment