ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশ সোমানীৰ।

 ভাৰতীয় অশ্বাৰোহী ফেডাৰেশ্যনে জয়পুৰত আয়োজন কৰা সপ্ত শক্তি হৰ্ছ শ্ব’ প্ৰতিযোগিতাত ২টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে ৰিয়াংশে।

প্ৰেম প্ৰকাশ গৌতমৰ তত্বাৱধানত অশ্বৰোহীৰ প্ৰশিক্ষণ লোৱা ৰিয়াংশে ইয়াৰ আগতে ২০২২ আৰু ২০২৩ চনত তেওঁৰ নাম এছিয়া বুক অফ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু গোল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ ফৰ ৰুবিক কিউব আৰু ফ্লেগ চিনাক্তকৰণত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল।

ASSAMguwahatiINDIA
Comments (0)
Add Comment