শিলচৰত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন

শিলচৰত এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰে এজন অট’ চালকৰ। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ পৰা ভাৰাঘৰলৈ অট’ত যাঁওতে এই ঘটনা সংঘটিত হয়।

লগে লগে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে আটক কৰে অট’ চালকজনক।’ চালকজনৰ নাম বদৰুজামান ফাৰুক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটকাধীন বদৰুজামান ফাৰুকক আৰক্ষীক চমজাই দিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

ASSAMINDIAsilshor
Comments (0)
Add Comment