⭕অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত |
⭕শ শ অসমীয়া লোক আৰু ৩০ টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলি গলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ |
⭕শৃংখল চহিলা, চিতু বৰুৱাকে ধৰি একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন |
⭕প্ৰতিবাদীৰ আগত সেৱ মানি শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে |
⭕প্ৰতিবাদকাৰীৰ সন্মুখত ষ্টব্ধ অসম আৰক্ষী |
⭕শিৱসাগৰত আজিৰে পৰা বন্ধ হ’ব অনা অসমীয়া সংগঠন |
⭕RSS আৰু বাহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে কেৱল প্ৰতিধ্বনি “জয় আই অসম”