মৰণফান্দত পৰিণত সোণাপুুৰৰ চামতা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য সংযোগী পথ

সোণাপুুৰৰ চামতা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য সংযোগী পথ অৱস্থা অতি শোচনীয়

অতি ব্যস্ত লোকনিৰ্মান বিভাগৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথত সৃষ্টি হৈছে এটা প্ৰকাণ্ড দ গাতৰ ৷ঐতিহাসিক বমানি বিলৰ ওপৰত থকা দলঙৰ কাষত সৃষ্টি হৈচে এই প্ৰকাণ্ড দ’ গাতটোৰ ৷

যিকোনো মূহুৰ্তত সংঘটিত হব পাৰে ভয়ংকৰ দূৰ্ঘটনা ৷

ASSAMINDIA
Comments (0)
Add Comment