আজি বিশ্ব সিংহ দিৱস

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১০ আগষ্টত বিশ্ব সিংহ দিৱস পালন কৰা হয়। সিংহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা এই দিৱসৰ সূল উদ্দেশ্য এই দিৱসৰ

সমগ্ৰ বিশ্বতে এই জন্তুটোৱে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু সিংহৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা।

বাসস্থানৰ অভাৱ, জলবায়ু পৰিৱৰ্তন আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় আদিৰ বাবে সিংহৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে আৰু দ্ৰুতগতিত বিপন্ন প্ৰজাতিৰ গিশে গতি কৰিছে। বৰ্তমান বিশ্বত সিংহৰ জনসংখ্যা ৩০,০০০ৰ পৰা এক লাখৰ ভিতৰত ।

INDIA
Comments (0)
Add Comment