সাংসদ দিলীপ শইকীয়াক বিজেপিৰ হুইপ হিচাপে নিযুক্তি

দৰং-ওদালগুৰিৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়াক বিজেপিৰ হুইপ হিচাপে নিযুক্তি দিয়া হৈছে। লোকসভাত দলটোৱে এজন মুখ্য হুইপ আৰু ১৬জন হুইপ নিযুক্তি দিছে ২৯জুলাইত। লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা হৈছে লোকসভাত বিজেপিৰ মুখ্য হুইপ হ’ব ড০ সঞ্জয় জয়চোৱাল।

ASSAMINDIA
Comments (0)
Add Comment