বৃহত্তৰ শিমলুগুৰি ব্যৱসায়ী সন্থা আৰু ৰাইজৰ উদ্যোগত শিমলুগুৰিত পথ অৱৰোধ

পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই হওক নাইবা স্থানীয় বিধায়ক গৰাকীৰ লগতে শিমলুগুৰি পৌৰসভাইয়ো |

পথছোৱাই শৈল নগৰী বিহুবৰৰ পৰা দৈনিক অহা যোৱা কৰে শিলভৰ্তি ডাম্পাৰ, কয়লা ভৰ্তি বাহন | বিহুবৰ হৈ নাগালেণ্ডলৈ যোৱাৰ পথো এই শিমলুগুৰি বিহুবৰ সংযোগী ৰমণীআলি পথ | এই পথছোৱাত দূৰ্ঘটনা সংঘটিত হৈ বহুলোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যু মুখতো পৰিছে |

ASSAMINDIAsivasagor
Comments (0)
Add Comment