ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি হিচাপে নিযুক্তি

ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি নিযুক্তি। ৰাকেশ দাস হ’ব ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি। প্ৰেছ বিজ্ঞপ্তি যোগে নতুন সভাপতি নিযুক্ত কথা প্ৰকাশ অসম প্ৰদশ BJPৰ সভাপতি ভৱেশ কলিতাৰ।

ASSAMINDIA
Comments (0)
Add Comment