আম আদমি পাৰ্টীত যোগদান চেজন গয়াৰীয়ে

 আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক কাৰ্যালয়ত মঙলবাৰে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত চেজন গয়াৰীয়ে আম আদমি পাৰ্টীত যোগদান কৰে।

শ্ৰীযুত চেজন গয়াৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ শোণিতপুৰ জিলাৰ ST কোষৰ প্ৰাক্তন নেতা। ইয়াৰোপৰি ২০২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত বহুজন মহা পাৰ্টীৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছিল গয়াৰী।

appASSAMINDIA
Comments (0)
Add Comment