গৰমত কনজাংটিভাইটিছৰ পৰা ৰক্ষা পাবলৈ মানি চলক এই ৫টা নিয়ম

গৰমৰ দিনত চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে। জটিল ৰোগ নহ’লেও এই সময়ত আন ঋতুৰ তুলনাত কনজাংটিভাইটিছৰ সমস্যা কিছু বেছি দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল ভাইৰাছৰ আক্ৰমণ। কিন্তু বেক্টেৰিয়া, এলাৰ্জীৰ পৰাও হ’ব পাৰে এই সমস্যা।

এইক্ষেত্ৰত আক্ৰান্ত আৰু সুস্থ দুয়োধৰণৰ লোকৰ ক্ষেত্ৰত পৃথক পৃথক সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন। সুস্থ মানুহে নজৰ ৰাখিব লাগিব যাতে এই সমস্যাত আক্ৰান্ত নহয়, আৰু আক্ৰান্তই আৰোগ্য লাভৰ লগতে তেওঁৰ পৰা যাতে আনলৈ এই ৰোগ বিয়পি নাযায় তাৰ প্ৰতিও গুৰুত্ব দিয়া প্ৰয়োজন।

কনজাংটিভাইটিছৰ ভয়ত ঘৰতে বহি থকা প্ৰয়োজন নাই। কামৰ তাগিদাত, পঢ়া-শুনাৰ বাবে বাহিৰলৈ ওলাবই লাগিব। ভিৰৰ মাজতো থাকিবলগীয়া হয়। কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰা খুবেই প্ৰয়োজন।

ASSAMeyeINDIA
Comments (0)
Add Comment