ৰাজ্যৰ মাত্ৰ ৭খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert

নেৰা-নেপেৰা বৰষুণে স্বাভাৱিক জন-জীৱন ব্যাহত কৰা ৰাজ্যবাসীলৈ কিছু সকাহ। আজি ৰাজ্যৰ মাত্ৰ ৭খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট জিলাত আজি বততৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, তামুলপুৰ বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত সোমবাৰে কোনো ধৰণ Alert জাৰি কৰা বতৰ বিজ্ঞান বিভাগে।

শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী জিলাত সোমবাৰে কোনো ধৰণ Alert জাৰি কৰা বতৰ বিজ্ঞান বিভাগে।

কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত সোমবাৰে কোনো ধৰণ Alert জাৰি কৰা বতৰ বিজ্ঞান বিভাগে।

ASSAMINDIARAINWEATHER
Comments (0)
Add Comment