“স্নেহাশিষ”ৰ উদ্যোগত ছয়দিনীয়া কাৰ্যসূচীৰে নামতি কালুগাঁৱৰ লাচিত মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাৰ সফল সামৰণি

শিৱসাগৰ জিলাৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা”স্নেহাশিষ”ৰ উদ্যোগত ছয়দিনীয়া কাৰ্যসূচীৰে নামতি কালুগাঁৱৰ লাচিত মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাৰ সফল সামৰণি

১ জুলাইৰ পৰা ৬ জুলাইলৈ গ্ৰীষ্মকালীন বন্ধৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই কৰ্মশালাখনত সামৰণি অনুষ্ঠানটো বাৰ্ণাধ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হয়

লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে লাচিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাখনত বিশেষকৈ নৃত্য, গীত, আৰু নাটক আদিৰ প্ৰশিক্ষণ দিয়া হয়

কৰ্মশালাত বিজ্ঞান বিষয়ৰ লগতে চিত্ৰাঙ্কনৰো আভাষ দিয়া হয় আৰু সংস্থাৰ কৰ্মকৰ্তাৰ দ্বাৰা ‘ Career guidance’ ৰো ব্যৱস্থা কৰে ।

ASSAMINDIA
Comments (0)
Add Comment