কিদৰে হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰি

পৰ্যাপ্ত পৰিমাণ টোপনি যাবলৈ চেষ্ঠা কৰিব লাগে

হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ ৰাতি ৬ৰ পৰা ৮ ঘণ্টা শান্তিৰে শুৱাটো অতি গুৰুত্বপূৰ্ণ।

এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব

নিজৰ বাবে সময় উলিয়াই নিতৌ ব্যায়াম, যোগ কৰিব আৰু পানী খাব।

আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে ৰোগীয়ে

স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে আহাৰত সম্পূৰ্ণ শস্য, ফল, পাচলি, বীজ আৰু বাদামৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰিব।

চাপপূৰ্ণ জীৱনে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়েহে জীৱনত এনে কাৰ্যকলাপ কৰিব যাতে আপোনাক চাপ মুক্ত কৰি ৰাখে।

সুৰা, ধূমপান পৰিহাৰ কৰিব

ধূমপান কৰিলে ই হৃদযন্ত্ৰকে ধৰি শৰীৰৰ বহুতো অংশলৈ অক্সিজেন প্ৰবাহ প্ৰতিহত কৰে।তদুপৰি, সুৰা সেৱন কৰা লোকসকলো সাৱধান হোৱা উচিত। কিয়নো অত্যাধিক সুৰাপানে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

ASSAMHEALTHINDIA
Comments (0)
Add Comment