আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা অৱসৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে

এয়া মোৰ অন্তিম টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ! টি-২০ বিশ্বকাপ জয়ী হৈয়ে ডাঙৰ ঘোষণা কৰিলে বিৰাট কোহলীয়ে। ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই বিৰাট কোহলীয়ে। । চলিত T-20 বিশ্বকাপত বিৰাট কোহলীৰ প্ৰথমটো অৰ্ধ শতক। ৫৯ বলত ৭৬ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে বিৰাট কোহলীয়ে। ফাইনেল মেন অব দ্যা মেচৰ সন্মান লাভ কৰিল বিৰাট কোহলীয়ে ক’লে ‘‘ভাৰতৰ হৈ খেলা মোৰ এইখন আছিল শেষ টি-২০ খেল,পৰৱৰ্তী প্ৰজন্মই টি-২০ খেলখন আগুৱাই নিয়াৰ সময়।”

ASSAMINDIA
Comments (0)
Add Comment