টীম ইণ্ডিয়াই ৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক

ইংলেণ্ডে ১৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াই ৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক আৰু প্ৰৱেশ কৰে বিশ্বকাপৰ ফাইনেলত।

ইংলেণ্ডে ১৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াই ৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক আৰু প্ৰৱেশ কৰে বিশ্বকাপৰ ফাইনেলত।

ইয়াৰ পিছত ১৭২ ৰানৰ জয়ৰ লক্ষ্য লৈ ইংলেণ্ডে আৰম্ভ কৰে বেটিং। কিন্তু ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী হয় ইংৰাজবাহিনী। বিশেষকৈ অক্ষৰ পেটেল আৰু কুলদীপ যাদৱৰ বলৰ সন্মুখত টিকিব নোৱৰা হ’ল ব্ৰিটিছবাহিনী। ইংলেণ্ডে ১৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াই ৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ইংলেণ্ডক আৰু প্ৰৱেশ কৰে বিশ্বকাপৰ ফাইনেলত। অহা ২৯ জুনত টী-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে সমুখ সমৰত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া। ইয়াৰ লগে লগে দেশৰ ১৪০ কোটি জনতাই আশা কৰিছে এইবাৰ টীম ইণ্ডিয়াৰ শিৰত জিলিকি উঠক বিশ্বকাপ জয়ৰ মুকুট।

ASSAMINDIA
Comments (0)
Add Comment