টেঙাখাতৰ লোহালীৰ গাঁৱৰ যুৱক জয়ন্ত গগৈ সন্ধানহীন


যোৱা ইং 23/06/2024 তাৰিখ দেওবাৰে দুলীয়াজানত কাম কৰিবলে গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে যুৱকজন।প্ৰায় ৩৬ বছৰীয়া যুৱকজন কামৰ সন্ধানত গৈ নিৰুদ্দেশ হোৱাৰ খবৰে জয়ন্তৰ পৰিয়ালবৰ্গক চিন্তিত কৰি তুলিছে।পৰিয়ালৰ লোকে দুলীয়াজানৰ লগতে বিভিন্ন ঠাইত সন্ধান কৰাৰ পিছতো দুলীয়াজান আৰু টেঙাখাত থানাত নিৰুদ্দেশ হোৱাৰ এজেহাৰ দিয়া হয় যদিও এই পৰ্যন্ত কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা খবৰ পালে আৰক্ষী থানা নতুবা এই নম্বৰত যোগাযোগ কৰিব লৈ অনুৰোধ জনাইছে
নম্বৰকেইটা হৈছে 9365733677, 7086870098

ASSAMDIBRUGRAHINDIAMISSING
Comments (0)
Add Comment