গ্ৰাঁ প্ৰি ২০২৪ত লাভলীনা বৰগোঁহাইৰ ৰূপৰ পদক

পুনৰ অসমবাসীক গৌৰৱান্বিত কৰিলে লাভলীনা বৰগোঁহাই। গ্ৰাঁ প্ৰি ২০২৪ত লাভলীনা বৰগোঁহাইৰ ৰূপৰ পদক অৰ্জনমহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল বক্সাৰ লাভলীনা বৰগোঁহায়ে

চূড়ান্ত প্ৰতিযোগিতাত চীনৰ বক্সাৰৰ বিৰুদ্ধে পৰাজয় লাভলীনাৰ 5/ চীনৰ লী কিয়ানৰ বিৰুদ্ধে অন্তিম বাউটত ২-৩ ব্যৱধানত পৰাস্ত লাভলীনা
ৰাউণ্ড ৰবিন ফৰ্মেটত চেক গণৰাজ্যত, ১২ৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন

ASSAMgameINDIA
Comments (0)
Add Comment