চাবুৱাৰ খাঁজিখোৱাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল আই-১০ বাহন।

কথমপি প্ৰাণ ৰক্ষা পৰিল যাত্ৰীৰ।

ডিব্ৰুগড়-তিনিচুকীয়াৰ মধ্যস্থল খাঁজিখোৱাৰ বাইপাচত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ আৰ- ১১-এ ৭৭৮৪।

দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখভাগ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

accidentASSAMDIBRUGRAHINDIA
Comments (0)
Add Comment